হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ভূপেন বৰাই

Pc- as.time8.in

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ভূপেন বৰাই

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷২০২৬ৰ বিধানসভাৰ নিৰ্বাচনত জালুকবাৰী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী হ’ব ভূপেন বৰা৷কালি জালুকবাৰী সমষ্টিত ভাৰত জোৰো যাত্ৰাত অংশগ্ৰহণ কৰি এই ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে৷‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব, ময়ো সেই সমষ্টিত তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিম৷’এইদৰে কয় ভূপেন বৰাই৷