হিন্দু সুৰক্ষা সেনা, অসমৰ কেন্দ্ৰীয় সভাপতিৰ মুকলি দাবী

হিন্দু সুৰক্ষা সেনা, অসমৰ কেন্দ্ৰীয় সভাপতিৰ মুকলি দাবী

ৰঙিলী বাৰ্ত্তাসেৱা- ৱাকব বৰ্ড সংশোধন নহয় এইটো সম্পূৰ্ণ উঠাই দিব লাগে বা তৎকালীনভাৱে বন্ধ কৰিব লাগে ৷কাৰণ এই বৰ্ড ভাৰত ৰাষ্টাৰ ধৰ্ম নিৰপেক্ষ গাঁথনিৰ বিপৰীতে গৈছে কাৰণ ভাৰতৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰ অনুসৰি এটা বিশেষ ধৰ্মক প্ৰাধান্য বা এটা বিশেষ ধৰ্মৰ মানুহক বিশেষ অধিকাৰ দিয়াটো গ্ৰহণযোগ্য কেতিয়াও হ’ব নোৱাৰে ৷তদুপৰি ৱাকব বৰ্ডৰ ব্যাপক অপব্যৱহাৰ ঘটিছে আৰু ইয়াৰ দাৰা মুষ্টিমেয় কেইজনমান নেতৃস্হানীয় মুছলমানলোকহে উপকৃত হৈছে বুলি নাথে মন্তব্য কৰে ৷