হিজাব নিষিদ্ধ নিৰ্দেশত স্থগিত ৰখাৰ আবেদনত কৰ্ণাটক চৰকাৰলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

Pc financial Express

হিজাব নিষিদ্ধ নিৰ্দেশত স্থগিত ৰখাৰ আবেদনত কৰ্ণাটক চৰকাৰলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত হিজাব নিষিদ্ধকৰণক সমৰ্থন কৰি কৰ্ণাটক উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ স্থগিত ৰখাৰ দাবীত উচ্চতম ন্যায়ালয়ে কৰ্ণাটক চৰকাৰলৈ জাননী জাৰি কৰে। এই বিষয়টোৰ পৰৱৰ্তী শুনানি ৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব।কৰ্ণাটক উচ্চ ন্যায়ালয়ে ৰায় দিছিল যে হিজাব পিন্ধাটো অত্যাৱশ্যকীয় ধৰ্মীয় প্ৰথাৰ অংশ নহয়।