অনলাইন বাৰ্ত্তাসেৱা – হাৰিয়ানা চৰকাৰে ১২ জুলাইৰ পুৱা ৫ বজালৈ কোভিড-১৯ৰ বাবে লকডাউন বৃদ্ধি কৰে আৰু পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত কিছু শিথিলতা প্ৰদান কৰে। ইনষ্টিটিউট অব্ চাৰ্টাৰ্ড একাউণ্টেণ্টে আই.চি.এ.আই. আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ এছ.ও.পি.এছ. অনুসৰণ কৰি ৫ জুলাইৰ পৰা ২০ জুলাইলৈ চি.এ. পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব। হিছাৰ (Hisar)ত সেনাৰ ভৰ্ত্তিৰ বাবে কাৰ্যালয়ে উমৈহতীয়া পৰীক্ষাৰ বাবে অনুমতি প্ৰদান কৰে।
(UD.)