হাজো-ৰামদিয়াত বনৰীয়া হাতীৰ আতংক

হাজো-ৰামদিয়াত বনৰীয়া হাতীৰ আতংক

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ চৌদিশে বানৰ সংহাৰৰ মাজতেই হাজোৰ ৰামদিয়াত এটি বনৰীয়া হাতীয়ে আতংকৰ সৃষ্টি কৰিছে। ইখন গাঁওৰ পৰা সিখন গাঁওলৈ দৌৰি ফুৰিছে হাতীটোৱে। খাদ্যৰ সন্ধানত ওলাই আহিছে হাতীটোৱে। হাতীটোক ট্ৰেংকুলাইজ অথবা খেদি পঠিওৱাত ব্যৰ্থ হয় বন বিভাগৰ কৰ্মচাৰী।