হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিলে ছেবাই।২০২৪ৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা HSLC পৰীক্ষা অনুষ্ঠিত হ’ব। এই পৰীক্ষা ৪ মাৰ্চত অন্ত পৰিব।ব্যৱহাৰিক পৰীক্ষাসমূহ ২ আৰু ৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হ’ব। ১৬ ফেব্ৰুৱাৰীঃ ইংৰাজী,১৭ ফেব্ৰুৱাৰীঃ ঐচ্চিক বিষয় (সংগীত, নৃত্য, কাৰ্ফ্ট, বাংলা),২০ ফেব্ৰুৱাৰীঃ সমাজ বিজ্ঞান,২১ ফেব্ৰুৱাৰীঃ ৰিটেল ট্ৰেড এনচিকিউএফ(ই), IT/Ites nsqf(e), প্ৰাইভেট চিকিউৰিটি এনএছকিউএফ, হেল্থ কেয়াৰ এনএছকিউএফ, এগ্ৰিকালছাৰ এণ্ড হোৰ্টিকালছাৰ এনএছকিউএফ, টুৰিচিম এণ্ড হোস্পিটালিটি এনএছকিউএফ, বিউটি এণ্ড ৱেলনেছ, অটোমোটিভ এনএছকিউএফ, ইলেক্ট্ৰনিক এণ্ড হাৰ্ডৱেৰ এনএছকিউএফ, এগ্ৰি কালছাৰ ডায়েৰি ৱাৰ্ক এনএছকিউএফ, এনিমেল হেলথ কেয়াৰ এনএছকিউএফ।,২৩ ফেব্ৰুৱাৰীঃ আধুনিক ভাৰতীয় ভাষা (MIL) / ইংৰাজী(আইএল),২৬ ফেব্ৰুৱাৰীঃ সাধাৰণ বিজ্ঞান,২৭ ফেব্ৰুৱাৰীঃ উইভিং এণ্ড টেক্সট টাইল ডিজাইন,২৯ ফেব্ৰুৱাৰীঃ সাধাৰণ গণিত,২ মাৰ্চঃ হিন্দী(ঐচ্চিক), গাৰমেন্ট ডিজাইন(ঐচ্চিক),৪ মাৰ্চঃ উচ্চ গণিত(ঐচ্চিক), ভুগোল(ঐচ্চিক), বুৰঞ্জী(ঐচ্চিক), সংস্কৃত(ঐচ্চিক), কম্পিউটাৰ চাইন্স(ঐচ্চিক), বাণিজ্য(ঐচ্চিক). হোম চাইন্স(ঐচ্চিক), আৰবিক(ঐচ্চিক), পাৰ্চিয়ান(ঐচ্চিক), নেপালী (ঐচ্চিক)।