সৰবৰহী মহিলা মিনু কলিতাৰ মৃত্যু

সৰবৰহী মহিলা মিনু কলিতাৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ধীৰেনপাৰাৰ উজ্জ্বলনগৰ নিবাসী,সৰবৰহী মহিলা মিনু কলিতাৰ ১৪ জুলাইত পুৱাৰ ভাগত হদৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্হাত মৃত্যু হয়৷মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৯ বছৰ৷তেওঁ সহস- সৰল,অমায়িক,নিৰ্জু স্বভাৱৰ মহিলা আছিল৷মিনু কলিতাৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোত এক শোকৰ ছাঁ পৰে৷মৃত্যুৰ সময়ত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান,প্ৰতিষ্ঠান,ধৰ্মীয় অনুষ্ঠান আদিৰ সৈতে মৃত্যুৰ আগমুহূৰ্তলৈ ওতপ্ৰোতভাৱে জড়িত আছিল৷মৃত্যুৰ সময়ত স্বামী,এজনী জীয়ৰী,দুজন ল’ৰা,বোৱাৰী,জোঁৱাই,নাতি-নাতিনী সহ অনেক গুণমুগ্ধক এৰি যায়৷