স্মৃতি হয় এক উপহাৰৰ দৰে,
জিকিব পাৰি মনৰ বলেৰে।
স্মৃতি হয় এক নিৰ্মলতা,
কোমল পাহিৰ স্পৰ্শতা।
স্মৃতি মনত পেলাব পাৰি,
কিন্তু পাহৰিব নোৱাৰি।
বৰদান স্বৰূপ হয় স্মৃতি,
অমৃত স্বৰূপ হয় স্মৃতি।
- – তনয়া তামুলী
স্মৃতি হয় এক উপহাৰৰ দৰে,
জিকিব পাৰি মনৰ বলেৰে।
স্মৃতি হয় এক নিৰ্মলতা,
কোমল পাহিৰ স্পৰ্শতা।
স্মৃতি মনত পেলাব পাৰি,
কিন্তু পাহৰিব নোৱাৰি।
বৰদান স্বৰূপ হয় স্মৃতি,
অমৃত স্বৰূপ হয় স্মৃতি।