‘স্বচ্ছ ভাৰত মিছন নগৰ ২.০ আৰু অমৃত ২.০’ মিছনৰ শুভাৰম্ভণি

pc- Facebook

স্বচ্ছ ভাৰত মিছন নগৰ ২.০ আৰু অমৃত ২.০’ মিছনৰ শুভাৰম্ভণি

অনলাইন বাৰ্ত্তাসেৱা-  মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীৰ চিন্তা শৈলীক অনুসৰণ কৰি শেহতীয়াকৈ ‘স্বচ্ছ ভাৰত মিছন নগৰ ২.০ আৰু অমৃত ২.০’ মিছনৰ শুভাৰম্ভণি অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস উপস্থিত থাকে। সকলো চহৰক আৱৰ্জনামুক্ত কৰি ৰখাৰ উদ্দেশ্যে তথা জনসংৰক্ষণৰ লক্ষ্য আগত ৰাখি প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিছে ‘স্বচ্ছ ভাৰত মিছন নগৰ ২.০ আৰু অমৃত ২.০’ মিছন।

এই দুই মিছনৰ আন কেতবোৰ উদ্দেশ্য হৈছে-

  1. ‘অমৃত ২.০’ ৰ অধীনত প্ৰায় ২.৬৪ কোটি নৰ্দমা সংযোগ প্ৰদান।

  1. ‘জল জীৱন মিছন’ ৰ অধীনত প্ৰায় ২.৬৮ কোটি টেপ সংযোগ প্ৰদান।

  1. ৫০০ খন অমৃত চহৰত নৰ্দমা আৰু চেপ্তেজৰ ১০০ শতাংশ আৱৰণ প্ৰদান।

  1. প্ৰায় ৪,৭০০ নগৰীয়া স্থানীয় সংস্থাৰ সকলো পৰিয়াললৈ ১০০ শতাংশ খোৱা পানীৰ ব্যৱস্থা।

  1. চহৰাঞ্চলৰ ১০.৫ কোটিৰো অধিক লোকক উক্ত আঁচনি দুখনৰ দ্বাৰা লাভাম্বিত কৰাৰ প্ৰচেষ্টা।