স্তৱক – ছেলিমা বেগম March 19, 2025March 19, 2025 Rongili Barta স্তৱক ছেলিমা বেগম , নগাঁও সাত ৰঙেৰে ৰঙিন সপোন আছিল মোৰ , প্ৰিয়া তোমাৰ গালে মুখে ৰং সানি জীৱন টো ৰঙিন কৰি তুলিম বুলি। কিন্তু তুমি কিয় পৰকীয়া কৰি জীৱনৰ ৰং খিনি সিঁচৰিত কৰি প্ৰতাৰণা কৰিলা!