স্তৱক – ছেলিমা বেগম 

স্তৱক 
ছেলিমা বেগম 
নগাঁও
চন্দ্ৰ  লুকাই থাকে ডাৱৰৰ আঁৰত,
সপোন বোৰ লুকাই থাকে হৃদয়ৰ আঁৰত,
অযুত তৰাৰ টোপনি ভাঙি সূৰ্য টো
নামি আহে পূব গগণত ।
অন্ধকাৰ আঁতৰাই পোহৰ বিলাই
দিয়ে ধৰণীৰ বুকুত।