স্তৱক – ছেলিমা বেগম

PC - Wallpaper Tip
স্তৱক
ছেলিমা বেগম
সকলোতে চুটি লৈ লিখিবলৈ মন যায়,
তোমাৰ নামত কবিতা এটি
ফুলৰ পৰা সুগন্ধি লৈ
হৃদয়ৰ পৰা তেজ লৈ
মনৰ বেদনা প্ৰকাশ কৰিম
উজাগৰে থাকি গভীৰ নিশা !