স্তৱক – ছেলিমা বেগম

PC Wikipedia
স্তৱক
ছেলিমা বেগম, জিলা নগাঁও
তাহানিৰ শৰতৰ শেৱালি তুমি
আজিও কিয় আহিলা শৰতৰ
চেনেহী হৈ ? তুমি নেকি শৰতৰ
আজীৱন প্ৰেয়সী!ভাল লাগে
শেৱালি শৰৎ ঋতুত তোমাক।