সেই অনুভূতিবোৰ
উদয়ন চেতিয়া, ইংৰাজী বিভাগ,
আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়, গুৱাহাটী
কেতিয়ানো ঘূৰাই পাম
সেই অনুভূতিবোৰ,
সেই অনুভৱবোৰ
তোমাৰ লগত জড়িত থকা
সেই সময়বোৰ।
পাৰিবা নে বাৰু তুমি
মোৰ সেই অনুভূতিবোৰ
আকৌ ঘূৰাই দিবলৈ।
পাৰিবা নে সেই সময়বোৰ
আকৌ উভতাই আনিবলৈ।
পাৰিবানে বাৰু…
