অনুগল্প
সুবিধাবাদী
শৈলেন কুমাৰ,মিৰ্জা
দোকানখন ভালদৰে চলি আছিল চকুচৰহা, লম্পট, সস্তীয়া, আত্মসন্মান নহোৱা চুঙাধাৰী সকলৰ কিন্তু যেতিয়াৰ পৰা ৰাইজ সচেতন হ’ল তেতিয়াৰ পৰা সিহঁতৰ অস্তিত্ব সংকটত পৰিল কাৰণ সিহঁতৰ তৈলমৰ্দন কৰা গুণটোহে আছে দুৰ্নীতিৰ বিৰুদ্ধাচৰণ কৰাৰ সৎসাহস নাই ৷