সিদ্ধিক্ষা ইভেন্ট এন্দ এন্টাৰটেইনমেন্টৰ গীতৰ কৰ্মশালা
ৰঙিলী বাৰ্ত্তাসেৱা- সিদ্ধিক্ষা ইভেন্ট এণ্ড এন্টাৰটেইনমেন্টৰ উদ্যোগত প্রেম চমুৱা সংগীত বিদ্যালয়ৰ সহযোগত আয়োজিত” গীতৰ কর্মশালা” খনিত প্রশিক্ষক হিচাপে উপস্থিত থাকিব অসমৰ বিশিষ্ট সংগীত প্ৰযোজক, পৰিচালক, কণ্ঠশিল্পী “দিগন্ত ভাৰতী আৰু ভাস্বতী ভাৰতী” ।কৰ্মশালাখনি ১জুলাইৰ পৰা ৩ জুলাইলৈ অনুষ্ঠিত কৰা হ’ব৷ ইচ্ছ্যুক আগ্ৰহী ছাত্ৰ- ছাত্ৰীয়ে কৰ্মশালাত অংশ গ্ৰহণ কৰি অনুষ্ঠানটি সাফল্য মণ্ডিত কৰাৰ বাবে উদ্যোক্তাসকলে অনুৰোধ জনাইছে৷