সামাজিক-সাংস্কৃতিক-ৰাজনৈতিক অনুষ্ঠান পতাৰ অনুমতি “কৰ”ৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ সমগ্ৰ অসমতেই প্ৰতিবাদ

সামাজিক-সাংস্কৃতিক-ৰাজনৈতিক অনুষ্ঠান পতাৰ অনুমতি “কৰ”ৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ সমগ্ৰ অসমতেই প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰে শেহতীয়াভাৱে অসম পুলিচৰ দ্বাৰা বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান, সাংস্কৃতিক কাৰ্যসূচী, খেলা-ধূলা, ৰাজনৈতিক সভা-শোভাযাত্ৰা আনকি বাপুতি সাহোন বিহুকে ধৰি বিভিন্ন জনগোষ্ঠীয় পৰম্পৰাগত উৎসৱ-পাৰ্ৱন অনুষ্ঠিত কৰাৰ অনুমতিৰ নামত যি “কৰ” আৰোপ কৰিছে, ইয়াৰ বিৰোধিতা আৰু প্ৰত্যাহাৰৰ দাবীত তিনিচুকীয়াতো আজি তিনিচুকীয়া জিলা তৃণমূল কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ ।