সাতৱিক-চিৰাগে ইতিহাস সৃষ্টি 

Pc India Today

সাতৱিক-চিৰাগে ইতিহাস সৃষ্টি 

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় যুটি  সাতৱিকছাইৰাজ ৰাঙ্কিৰেড্ডী আৰু চিৰাগ চেট্টীয়ে বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপৰ ইতিহাসত পুৰুষৰ ডাবলছত ভাৰতৰ প্ৰথমটো পদক অৰ্জন কৰি ইতিহাস সৃষ্টি কৰে। কোৱাৰ্টাৰ ফাইনেলত দুয়োজনে জাপানৰ যুটি টাকুৰো হোকি আৰু য়ুগো কোবায়াচীক ২৪-২২, ১৫-২১, ২১-১৪ ত পৰাস্ত কৰে। কাইলৈ ছেমি ফাইনেলত সাতৱিক-চিৰাগে মালয়েছিয়াৰ এৰন চিয়া আৰু ছোহ ৱুই য়িকৰ মুখামুখি হ’ব।