সাংবাদিক যদু কাকতি অসুস্থ

সাংবাদিক যদু কাকতি অসুস্থ

ৰঙিলী বাৰ্ত্তাসেৱা- বৰ্ষীয়ান সাংবাদিক যদু কাকতি অসুস্থ। সাংবাদিকগৰাকীক জি এম চি এইছত ভৰ্তি কৰোৱা হৈছে । যদু কাকতি গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে । আই চি ইউত ৰাখি বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত আগবঢ়াইছে চিকিৎসা। নিশাই সাংবাদিকগৰাকীৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ৰাজ্য চৰকাৰে সাংবাদিক যদু কাকতিৰ চিকিৎসাৰ সম্পূৰ্ণ ব্য়য় বহন কৰিব।