সম্বন্ধ
সম্বন্ধ এনে এটি নাম যাৰ ,অৰ্থ দিবলৈ
হয়তো সকলোৰে সামৰ্থ নহব পাৰে।।
কিন্তু, মোৰ ভাষাত প্ৰকাশ কৰিব, বিচাৰোঁ
সেই সম্বন্ধৰ নামটিৰ অৰ্থ_____
____দাদাৰ বাবে হল, বৌ ![😊](https://mail.google.com/mail/e/1f60a)
_____বাৰ বাবে হল, ভিন্দেও ![😊](https://mail.google.com/mail/e/1f60a)
_____দেউতাৰ বাবে হল ঘৰখনৰ দায়িত্ব![😞](https://mail.google.com/mail/e/1f61e)
আৰু মোৰ মাৰ বাবে হল ঘৰখনৰ ,
সকলো বিষয়ত নজৰ ৰাখি,
সকলোৰে সুখৰ কথা ভবা।।।।।।
তেওঁ সকলো সমস্যাৰ লগত যুঁজি
আমাক জয় কৰাইছে
নিজে পূৰণ কাপোৰ পিন্ধি ,
আমাক ৰজা, ৰানীৰ দৰে সজাইছে ![🙂](https://mail.google.com/mail/e/1f642)
![🙂](https://mail.google.com/mail/e/1f642)
কোনো অভাৱৰ কথা নাভাবি,পোন প্ৰথম___
মোৰ সুখ বিচাৰে,,,, এনে
নিসাৰ্থ তেওঁৰ ভালপোৱাক____
কিয় মই নিদিওঁ __
তেওঁক , মোৰ প্ৰথম আৰু শেষ সম্বন্ধৰ নাম
️
আপুনিয়ে হল মোৰ , ভালপোৱা
আপুনিয়েই হল মোৰ সুখ
আপুনিয়েই হল মোৰ প্ৰথম লক্ষ্য ![💕](https://mail.google.com/mail/e/1f495)
আপুনিয়েই হল মোৰ প্ৰথম সম্বন্ধ ![🙃](https://mail.google.com/mail/e/1f643)
![🙃](https://mail.google.com/mail/e/1f643)
Love you……MA
–অলকা দাস