সমিত চৌধুৰীৰ তৃতীয়খন গ্ৰন্থ উন্মোচন

সমিত চৌধুৰীৰ তৃতীয়খন গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম বিধানসভা সচিবালয়ৰ বিষয়া,লেখক,অভিনেতা,গায়ক,নৃত্যশিল্পী,বেচৰকাৰী সংস্থা ‘নিচকাৰ’ৰ সভাপতি সমিত চৌধুৰীয়ে প্ৰকাশ কৰি উলিওৱা তৃতীয় গ্ৰন্হ ’ষ্টাডী অৱ ৰিলিজনছ,নেশ্বানেলজিম,ইন্দিয়ানাইজেশ্বন এন্দ ইন্দিয়াছ পলিটিকেল কালচাৰ’ গ্ৰন্থখন  ৰাজভৱনত অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখিয়ে উন্মোচন কৰে৷প্ৰশাসনীয় বিষয়া ড° এছ এম ভৌমিকৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷উল্লেখ্য,লেখকৰ ‘চীফ মিনিষ্টাৰছ অৱ আসাম ব্ৰিফ প্ৰফাইলছ, আৰু ’ৰিস্ক,ৰাইট এন্দ ৰিমেডী’ প্ৰকাশ পায়৷