সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি

Pc News8 Northeast

সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি

ৰঙিলী বাৰ্ত্তাসেৱা-  মাৰ্চেল লগাই বিধানসভাৰ পৰা অধ্যক্ষই উলিয়াই দিলে বিধায়ক অখিল গগৈক। সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে নিলম্বন কৰা হয় বিধায়ক অখিল গগৈক। কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ এক প্ৰশ্নকলৈ সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নিলম্বন কৰে অখিল গগৈক।বিধায়কগৰাকীক নিলম্বন কৰি মাৰ্চেল লগাই সদনৰ পৰা বাহিৰ কৰি দিয়া হয়।