সংলাপ
কথাবোৰ মগজুৰ এক
প্ৰসৱ বেদনা
তাই আৰু এখন বোঁৱতী নদী
প্ৰেম আৰু জ্ঞানৰ
এখন সেউজীয়া পথাৰ
বোকাত জন্ম
সুগন্ধি প্ৰভাত
সুদূৰ স্বপ্নই
বিষন্ন হৈ বাগৰ সলালে
এজাক বতাহে তাইক বিচাৰিছে।
ৰূপালী মহন্ত
সংলাপ
কথাবোৰ মগজুৰ এক
প্ৰসৱ বেদনা
তাই আৰু এখন বোঁৱতী নদী
প্ৰেম আৰু জ্ঞানৰ
এখন সেউজীয়া পথাৰ
বোকাত জন্ম
সুগন্ধি প্ৰভাত
সুদূৰ স্বপ্নই
বিষন্ন হৈ বাগৰ সলালে
এজাক বতাহে তাইক বিচাৰিছে।
ৰূপালী মহন্ত