সংবিধান দিৱস পালনৰ আহ্বান
দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ এক অধিসূচনা অনুসৰি জানিবলৈ দিয়ে যে, ২৬ নৱেম্বৰ, ২০২২ তাৰিখে সংবিধান দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই উপলক্ষে সকলো চৰকাৰী কার্যালয়, শিক্ষানুষ্ঠান, স্বায়ত্ব শাসিত সংস্থা, অনুষ্ঠান-প্রতিষ্ঠান আদিত ২৬ নৱেম্বৰ তাৰিখে ১১ বজাত সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰিবলৈ আহ্বান জনাইছে।