‘ষ্টীল মেন অৱ ইণ্ডিয়া’ জামছেদ জে ইৰানীৰ ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

Pc News18

‘ষ্টীল মেন অৱ ইণ্ডিয়া’ জামছেদ জে ইৰানীৰ ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

ৰঙিলী বাৰ্ত্তাসেৱা–  ‘ভাৰতীয় ষ্টীল মেন’ নামেৰে বহুলভাৱে পৰিচিত ডাঃ জামছেদ জে ইৰাণীৰ সোমবাৰে নিশা ৮৬ বছৰ বয়সত জামছেদপুৰত শেষ নিশ্বাস ত্যাগ কৰে বুলি টাটা ষ্টীলে নিশ্চিত কৰিছে। ১৯৬৮ চনত টাটা ষ্টীলত যোগদান কৰা ইৰাণীয়ে ২০১১ চনত কোম্পানীটোত ৪৩ বছৰ কটোৱাৰ পিছত অৱসৰ গ্ৰহণ কৰে।পদ্মভূষণ বঁটা বিজয়ীগৰাকীয়ে ১৯৯২ চনৰ পৰা ২০০১ চনলৈকে টাটা ষ্টীলৰ পৰিচালন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।