শ্ৰীলংকাৰ সংকটৰ মাজতে এছিয়া কাপ আয়োজনৰ বাবে বাংলাদেশ সাজু

Pc Icc Cricket Schedule

শ্ৰীলংকাৰ সংকটৰ মাজতে এছিয়া কাপ আয়োজনৰ বাবে বাংলাদেশ সাজু

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতিবেদন অনুসৰি এছিয়ান ক্ৰিকেট কাউন্সিলে (এচিচি) আগষ্টত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপ আয়োজনৰ বাবে বাংলাদেশক ষ্টেণ্ড বাইত ৰাখিছে কিয়নো বৰ্তমানৰ আয়োজক শ্ৰীলংকা ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকটৰ মাজেৰে গৈ আছে।  এচিচিয়ে এই ক্ষেত্ৰত কোনো বিপদাশংকা ল’ব নিবিচাৰে আৰু এই মাহৰ শেষৰ ফালে চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব, এক প্ৰতিবেদনত কোৱা হৈছে।