শোক গাঁথা – সীমান্ত কবি March 23, 2026March 17, 2026 Rongili Barta শোক গাঁথা সীমান্ত কবি অসমী আইৰ আকাশী জোনটো জিৰাইছে সাগৰতলিত জনতাৰ হৃদয় বিদাৰি শোকত হেঁপাহৰ ৰঙালী বিবৰ্ণ হৃদয় বীণাত বাজিছে মাথোঁ তুমি নোহোৱাৰ বেদনা অশ্ৰু বানত উপচি পৰিছে মোৰ অসমী আই বিচাৰ আছে বিচাৰ নাই।