শুদ্ধ পথ – ৰাজশ্ৰী শৰ্ম্মা

Pc Value Reserach

অণুগল্প-

শুদ্ধ পথ

 ৰাজশ্ৰী শৰ্ম্মা
গোলাঘাট, বনগাঁও

:বাঃ বৰ ধুনীয়া হলি। মাজতে যে কিবা কিবি শুনিছিলো‌ যে, কি হ’ল সেইবোৰ ?
: চব ঠিক হৈ গ’ল ।
:কেনেকৈ?
:আগতে আনৰ পথ সলনি কৰিব বিচাৰিছিলো আৰু আৰু এতিয়া নিজৰ পথ সলনি কৰি ললোঁ।