বাৰ্ত্তাসেৱা- ক’ৰোণা মহামাৰীৰ সন্ত্ৰাস বৰ্তমানো অব্যাহত আছে সমগ্ৰ দেশতেই। তাৰ সমান্তৰালকৈ অসমতো অব্যাহত আছে ক’ৰোণাৰ সন্ত্ৰাস। ২১ জুলাই অৰ্থাৎ শুক্রবাৰে নলবাৰী জিলাত মুঠ ৭৮ জন ব্যক্তি কো’ভিড পজিটিভ ধৰা পৰিছে আৰু সংক্রামণৰ হাৰ ২.৩২%। by sahil mallick
শুক্রবাৰে নলবাৰী জিলাত মুঠ ৭৮ জন ব্যক্তি কো’ভিড পজিটিভ ধৰা পৰিছে আৰু সংক্রামণৰ হাৰ ২.৩২%
