শিলপুখুৰী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গাপূজাৰ নতুন সমিতি গঠন

শিলপুখুৰী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গাপূজাৰ নতুন সমিতি গঠন

ৰঙিলী বাৰ্ত্তাসেৱা- শিলপুখুৰী ৰাজহুৱা নামঘৰ প্ৰাঙ্গণত শ্ৰী শ্ৰী দুৰ্গাপূজাৰ ২০২২ বৰ্ষৰ ৰাজহুৱা হিচাব দাখিল কৰা হয়। উক্ত হিচাবৰ পুংখানুপুংখ ৰিপ’ৰ্টৰ পাছত ৰাজহুৱা সভাই ইয়াক গ্ৰহণ কৰে । পুৰণি সমিতিয়ে পদত্যাগ কৰাৰ পাছত নতুন কমিটীৰ বাবে সভাপতি হিচাপে ডা° সত্যেন চৌধুৰী, কাৰ্যকৰী সভাপতি উপেন গগৈ, সাধাৰণ সম্পাদক মুনীন কাকতি,ভাস্কৰ গোস্বামী, নৃপেন গগৈ তথা দীপঙ্কৰ দেৱ শৰ্মা, আৰু বিপুল মজুমদাৰক প্ৰচাৰ বিভাগৰ দ্বায়িত্ব সহ নতুন কমিটী গঠন কৰা হয়।