শিলচৰৰ বিজেপি কাৰ্যালয়ৰ ভিতৰত মৃতদেহ উদ্ধাৰ

Pc The Indian Express

শিলচৰৰ বিজেপি কাৰ্যালয়ৰ ভিতৰত মৃতদেহ উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- শিলচৰৰ বিজেপি কাৰ্যালয়ৰ ভিতৰত মৃতদেহ উদ্ধাৰ। মৃত লোকজনৰ নাম শুধাংশু দাস বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে। দীৰ্ঘদিন ধৰি বিজেপি কাৰ্যালয়ত আছিল লোকজন।