শিক্ষয়িত্ৰীক অপমান কৰাৰ বাবে আছু নেতাক বহিষ্কাৰ

pc Sentel Assam

শিক্ষয়িত্ৰীক অপমান কৰাৰ বাবে আছু নেতাক বহিষ্কাৰ

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা – শিক্ষয়িত্ৰীক অপমান কৰাৰ বাবে আছু নেতাক বহিষ্কাৰ। শিক্ষয়িত্ৰীক অপমান কৰি নিলম্বিত হ’ল আছু নেতা। ফিলবাৰী ছিনিয়ৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ কাণ্ডই জোকাৰি গৈছিল ৰাজ্য। শিক্ষাৰ্থীৰ সন্মুখত শিক্ষিয়ত্ৰীক আঁঠু কাঢ়িবলৈ বাধ্য কৰাইছিল সংগঠনৰ নেতাই৷ঘটনাস্থলীত উপস্থিত আছিল তিনিচুকীয়া ছাত্ৰ সন্থাৰ উপ সভাপতি কৰ্ণ বুঢ়াগোঁহাই। কৰ্ণ বুঢ়াগোঁহাইক দলৰ পৰা আনুষ্ঠানিকভাৱে বহিষ্কাৰ কৰিছে আছুৱে।