শাওণ
জ্যোতিৰেখা হাজৰিকা
যোৰহাট
বুকুত ৰুলোঁ
সেউজীয়া
সপোনৰ কঠীয়া
দাবলৈ আহিবা
হৈমন্তী পুৱা
ঠিক
পৰিভ্ৰমী চৰাইবোৰ
অহাৰ পৰতেই…
শাওণ
জ্যোতিৰেখা হাজৰিকা
যোৰহাট
বুকুত ৰুলোঁ
সেউজীয়া
সপোনৰ কঠীয়া
দাবলৈ আহিবা
হৈমন্তী পুৱা
ঠিক
পৰিভ্ৰমী চৰাইবোৰ
অহাৰ পৰতেই…