অণুগল্প
শাওণৰ পথাৰ
আয়নাল হক ,ধুবুৰী
বৰষুণত তিতি তিতি হাল বাই থকা কমল দাইটিক দেখি অনুপমে ৰিঙিয়ালে—-
” ঐ দাইটি,বৰষুণত বেছিকৈ নিতিতিবি দেই। এইবাৰ কিন্তু জ্বৰ-কাহৰ লক্ষণেই বেলেগ আকৌ।নেৰেহে নেৰে।”
“এই শাওণৰ বতৰত পথাৰত কাম নকৰি বহি থাকিলে মুখ নভৰে ঐ ভতিজা।টাটাৰ পাৰ্টচ বুজিছ—।”