লুটুমাত বিহু হুঁচৰি-আধুনিক নৃত্য প্ৰতিযোগিতা
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ লুটুমা ব’হাগী উৎসৱ ২২ আৰু ২৩ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে লুটুমা খেল পথাৰত অনুষ্ঠিত হ’ব৷উৎসৱৰ লগত সংগতি ৰাখি ২২ এপ্ৰিলত সন্ধিয়া ৮ বজাত বিহু হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷২৩ এপ্ৰিলত দিনৰ ২ বজাত একক আৰু দলীয় আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ইচ্ছ্যুক আগ্ৰহী প্ৰতিযোগীয়ে ৮৬৩৮৯৪৫৯০২,৮৬৩৮২৭৩০১৫ নম্বৰত যোগাযোগ কৰিব পাৰে৷
