লিমাৰিক – ৰুক্মিণী দাস

লিমাৰিক

ৰুক্মিণী দাস,শ্ৰীহাটী

১| আজি ধনৰ অধিষ্ঠিত্রী লক্ষ্মীৰ পূজা
পূজা চাই চাই কিমান লাগিব মজা
মহালক্ষ্মী দেৱী আই
আমি আছো বাটে চাই
সকলোতে আজি দেখোন তোমাৰ পূজা ।।

২| ঘৰে ঘৰে সকলোৱে চাকি জ্বলাইছে
চাকিৰ পোহৰেৰেও উজ্বলি উঠিছে
বাটে বাটে কল পুলি
মনটো হৈছে মুকলি
মুগাৰ সাজেৰে সকলোকে শুৱাইছে ।।