লিমাৰিক – ৰশ্মি গগৈ

Pc Akshat Rathi

লিমাৰিক

ৰশ্মি গগৈ
টেঙাখাত, ডিব্ৰুগড়

(১)

জীৱনৰ কণ্টকীয়া পথত চলিছোঁ,
জ্ঞান ও অভিজ্ঞতা আহৰণ কৰিছোঁ,
জীৱনটো দুদিনীয়া,
নহয় চিৰ দিনীয়া,
সে‌য়েহে মিলি জুলি থকাৰ পণ লৈছোঁ।

(২)

লিমাৰিক লিখাটো যে সহজ নহয়,
কবিতা লিখা টোৱে অতি সহজ হয়,
গনি গনি লিখাচোন,
চিন্তা চৰ্চা কৰাচোন,
নিমিলিলে মনটো দুখ লাগিয়ে যায়।