লিমাৰিক – যমুনা দুলু বৈশ্য

Pc ETV Bharat

লিমাৰিক

 যমুনা দুলু বৈশ্য
শুৱালকুছি

মাঘ বিহুত খাবলৈকে উৰুকা ৰাতি
একে ভাই ভনী নিবিচাৰো দেই জাতি
ভাল লাগে সমনীয়া
মিঠা খাওঁ ৰহনীয়া
বিহুত সময় লৈ আহিবা দে আৰতি ।।