লিমাৰিক-এছ ইছলাম

Pc Unsplash
লিমাৰিক
             এছ ইছলাম, শিক্ষক
              মইনবৰী, বৰপেটা
সুন্দৰৰ পূজাৰী তুমিয়ে নাট্যকাৰ
তুমিশিল্পী জগত বিখ্যাত চিত্রকৰ
জয়মতী নাটকত
এধৰণী পুলকিত
তোমাৰ গীতি নৃত্য বিশ্ব চমৎকাৰ।