লাচিত বৰফুকনৰ জন্মজয়ন্তীৰ সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

Pc Wikipedia

ৰঙিলী বাৰ্ত্তাসেৱা- আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা ১১ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ থকা লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তীৰ সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰিব। ভাৰতৰ ইতিহাসৰ নায়কজনক সন্মান জনোৱাৰ উদ্দেশ্য অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত লাচিত বৰফুকনৰ ৪০০ তম জন্মজয়ন্তী অনুষ্ঠানত প্ৰধানমন্ত্ৰী গৰাকীয়ে অংশগ্রহণ কৰিব।