” লক্ষ্মী আই “- হিমাদ্ৰী বৰকটকী

PC - Prokerala

” লক্ষ্মী আই “

মাহে লক্ষ্মী আই আদৰি আনিছোঁ
আহা অভাগিৰ ঘৰে
ঘটে চাউল আৰু দুৱাৰে আম্ৰ পাত
আহা অভাগিৰ ঘৰে
থাপনা পাতিছোঁ ফুল জল দিছোঁ
সেন্দুৰৰ তিলকৰে ঘটতে আকিলোঁ
লগতে আমদালি থৈ
প্ৰসাদো আগবঢ়াইছোঁ
পৰমান্ন ও আগবঢ়াইছোঁ
তোমাৰে চৰনতে থৈ
আশীৰ্বাদ কৰিবা
কুশঁলে থাকক
ধনে ধ্যানে জাতিষ্কাৰ হওঁক
তোমাৰে ভক্তবৃন্দ সব…

হিমাদ্ৰী বৰকটকী
নগাঁও