যুদ্ধ – হিয়া তালুকদাৰ

PC - The Economist

যুদ্ধ 

হিয়া তালুকদাৰ, টিহু 

মা আমি যুদ্ধ নিবিচাৰো ,
আই মাতৃৰ সন্তান আমি ।
হাতত তৰোৱাল লৈ ,
যুদ্ধ কৰা আমি
সন্তান নহয় ।
দেশখন উন্নতিৰ
পথত আগুৱাই ,
নিয়াতোৱে আমাৰ কৰ্তব্য ।
সেয়ে দেশখন উন্নতিৰ
পথত আগুৱাই নিবলৈ
যুদ্ধৰে নহয় ,
সমাজৰ হিতৰ বাবে
কাম কৰাতোৱে
তাৰ মূল কাম ।