যিসকলে ভাৰতত বিনিয়োগ নকৰে তেওঁলোকে বাদ পৰিবঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

pc Mint

যিসকলে ভাৰতত বিনিয়োগ নকৰে তেওঁলোকে বাদ পৰিবঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা- ডেনমাৰ্কৰ কোপেনহেগেনত এক ব্যৱসায়িক মঞ্চত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আজিকালি ছ’চিয়েল মিডিয়াত ‘FOMO’ শব্দটোৱে আকৰ্ষণ লাভ কৰিছে। তেওঁ লগতে কয়, “ভাৰতৰ সংস্কাৰ আৰু বিনিয়োগৰ সুযোগৰ প্ৰতি লক্ষ্য ৰাখি মই ক’ব পাৰোঁ যে যিসকলে আমাৰ দেশত বিনিয়োগ নকৰে তেওঁলোকে নিশ্চিতভাৱে বাদ পৰিব।”