অণুগল্প
যন্ত্ৰণা
যমুনা দুলু বৈশ্য,শুৱালকুছি
ধৰ্ম আৰু কৰ্মৰ ওপৰত বিশ্বাস ৰাখি মৃদুলাই যুঁজ দিছে , পুত্ৰৰ মুখলৈ চাই —।
প্ৰকৃতিৰ মাজতে চঞ্চলা ওঁঠযুৰিত মৌন হৈ ৰয় নীৰৱে কেতিয়াবা –!!
ডাক্তৰৰ কথা শুনি আঁচলেৰে চকুদুটা মচি ক’লে , সি আমাৰ একমাত্ৰ ল’ৰা ।