যদি মীৰাবাইৰ ওপৰত বায়োপিক নিৰ্মাণ কৰা হয় তেন্তে উত্তৰ-পূবৰে এজন অভিনেতাক কাষ্ট কৰা উচিতঃ আদিল হুছেইন

pc Deccan Herald

অনলাইন বাৰ্ত্তাসেৱা – অভিনেতা আদিল হুছেইনে প্ৰকাশ কৰে যে যেতিয়া বলীউডে অলিম্পিক পদক বিজয়ী মীৰাবা ই চানুৰ ওপৰত বায়োপিকৰ পৰিকল্পনা কৰিব তেতিয়াই উত্তৰ-পূবৰ এজন অভিনেতাক কাষ্ট কৰা উচিত। ইয়াৰ পূৰ্বে নিৰ্মিত ‘মেৰী কম’ ছবিখনত মণিপুৰৰ এজন অভিনেতাৰ পৰিৱৰ্তে প্ৰিয়ংকা চোপ্ৰা জোনাছে অভিনয় কৰিছিল। তেওঁ কয়, “যদি কোনোবাই মীৰাবাই চানুৰ ওপৰত চিনেমা নিৰ্মাণ কৰে, মই নিশ্চিত যে তেওঁলোকে অধিক কল্পনাশীল হ’ব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ কাৰোবাক কাষ্ট কৰিব।”

(UD.)