মৰমৰ জেঠাই

মৰমৰ জেঠাই

জেঠাই ক’ত গʼলা তুমি !, তুমিয়েই মোৰ কাৰণে মাৰ দৰে আছিলা । মা এই পৃথিৱীত নোহোৱাৰ হোৱাৰ পিছত তোমাৰ ওচৰলৈ যাওঁ মা বুলি ভাবি । জেঠাই, মা জীয়াই থকা অৱস্থাতো তুমিয়েই মোক ডাঙৰ দীঘল কৰিলা । জেঠাই ইমান শুনকালে গ’লা গৈ বিশ্বাসেই নহয় । মোৰ নয়নধৰা লৈ তোমাক ইয়াৰ পৰা প্ৰনাম জনাইছোঁ । তুমি যতেই আছে শান্তিৰে থাকা ।

ইতি

মুকু