মোৰ প্ৰীয়তম– মানসী বৰঠাকুৰ, উত্তৰ গুৱাহাটী

pc.memories.net

মোৰ প্ৰীয়তম
মনত পৰিছে মোৰ প্ৰিয়তমলৈ
প্ৰিয়তম তুমি মোৰ আহাঁ কাষলৈ
চকুৰ আঁতৰত আছা তুমি
মনৰ মাজত নিচেই ওচৰত তুমি
জীয়াই আছোঁ তোমাৰ অপেক্ষাত
ৰাখিবা মোক সদায় তোমাৰ হিয়াত
প্ৰতিটো পূৱা আৰম্ভ হয় তোমাৰ কথাৰে
দিনটো ও শেষ হয় তোমাৰ হাহিৰে
তুমিয়েই মোৰ জীৱন
তুমিয়েই মোৰ সপোন
তুমিয়েই মোৰ সকলোতকৈ আপোন।।

মানসী বৰঠাকুৰ, উত্তৰ গুৱাহাটী