অনলাইন বাৰ্তাসেৱা_ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীৰ মূল্যায়নৰ বাবে শিক্ষা বিভাগে দিয়া ফৰ্মূলা এতিয়া বিতৰ্কৰ মাজত। এই ফৰ্মূলাৰ মাৰ্কশ্বীট TET বা অন্যান্য নিযুক্তি পৰীক্ষাত প্ৰযোজ্য নহয়। TET দিবলৈ হ’লেও পুনৰ বহিব লাগিব বিশেষ পৰীক্ষাত। শিক্ষাৰ্থীৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ চৰকাৰলৈ আহ্বান আছু-AJYCPৰ লগতে শিক্ষাৰ্থী আৰু অভিভাৱকৰ। বিশেষকৈ নটিফিকেশ্বনৰ ৫নম্বৰ দফাটো বাতিল কৰাৰ দাবী আছুৰ। by utpal kalita
মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীৰ মূল্যায়নৰ বাবে শিক্ষা বিভাগে দিয়া ফৰ্মূলা এতিয়া বিতৰ্কৰ মাজত
