মুখ
উৎপল দাস,বজালী
“মুখেই শত্ৰু অৰ্জন কৰে আৰু মুখেই মিত্ৰ বৃদ্ধি কৰে। কথাতেই কটা যায় আৰু কথাতেই বঁটাও পায়।”
শেষত গৈ এতিয়াহে বুজি পালে তাই। সঁচাকৈয়ে, লাওপাত-কচুপাত মুখখনৰ বাবেই চুবুৰীৰ পৰাও আজি এঘৰীয়া হ’ল তাই।