মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোলাঘাটত দাহ কৰা হয় ড্ৰাগছকে ধৰি বিভিন্ন নিচাযুক্ত সামগ্ৰী

pc Way2Barak

অনলাইন বাৰ্ত্তসেৱা – আৰক্ষীয়ে বিভিন্ন সময়ত উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ ভিতৰত দাহ কৰিবলগীয়া এই নিচাযুক্ত সামগ্ৰীসমূহৰ ভিতৰত আছে হিৰ’ইন ৮২০ গ্ৰাম, ১৫ বেগ গাঞ্জা (প্ৰায় ১২০০ কেজি), অপিয়াম ৩ কেজি, নিচাযুক্ত টেবলেট ১০ লাখ ৬১ হাজাৰ ১৭৭ টা। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আৰু কেইবাগৰকীও মন্ত্ৰীেয়ে। গোলাঘাট আৰক্ষী ছাউনীৰ প্লে গ্ৰাউণ্ডত অনুষ্ঠিত কৰা হয় এই সকাৰ্যসূচী।

(By Utpal Kalita)